Posted inদেশ-বিদেশ

স্কুলীয়া শিক্ষাৰ পাঠ্যক্ৰম সংশোধন কমিটিত নাই উত্তৰ পূৱৰ এজনো

নতুনকৈ পাঠ্যপুথি প্ৰণয়ন কৰাৰ বাবে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰণালয়ে ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠান চমুকৈ ISROৰ প্রাক্তন মূৰব্বী কে কস্তুৰীৰংগণৰ নেতৃত্বত গঠন কৰি দিছে এখন ১২জনীয়া কৰ্ণধাৰ কমিটী । মঙলবাৰে মন্ত্ৰণালয়ৰ পৰা জাৰি কৰা এক প্ৰেছ বিজ্ঞপ্তিত এই কথা সদৰি কৰিছে ।এই কমিটীখনৰ আন সদস্য সকল হৈছে – কৰ্ণাটক জ্ঞান আয়োগৰ সদস্য সচিব এম কে শ্ৰীধৰ, অন্ধ্ৰ […]