কালি শপতগ্ৰহন লোৱা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বিতৰণ কৰিলে মন্ত্ৰীসকলৰ দপ্তৰ সমূহ ।

হিমন্ত বিশ্ব শৰ্মা : গৃহ, ৰাজনৈতিক, গড়কাপ্টানী অন্যান্য বিতৰণ নোহোৱা দপ্তৰ সমূহ ।

ৰঞ্জিত দাস : পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, খাদ্য আৰু অসামৰিক যোগান আৰু গ্ৰাহক সুৰক্ষা, জনস্বাস্থ্য কাৰিকৰী ।

অতুল বৰা : কৃষি আৰু পশুপালন, সীমান্ত অঞ্চল উন্নয়ন, অসমচুক্তি, সমবায় ।

উৰ্খাও গৌৰা ব্ৰহ্ম: ভূমি সংৰক্ষণ, ভৈয়াম জনজাতি উন্নয়ন( বিটিআৰ), হস্ততাঁত বস্ত্ৰ শিল্প ।

পৰিমল শুক্লবৈদ্য : বন আৰু পৰিবেশ, আবকাৰী, মীন ।

চন্দ্ৰমোহন পাটোৱাৰী : পৰিবহণ, উদ্যোগ, বাণিজ্য, সংখ্যালঘু উন্নয়ন, দক্ষতা বিকাশ ।

কেশৱ মহন্ত : স্বাস্থ্য, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা, তথ্য প্ৰযুক্তি ।

ডাঃ ৰণোজ পেগু : শিক্ষা, জনজাতি উন্নয়ন( বিটিআৰক বাদ দি) ।

সঞ্জয় কিষাণ : শ্ৰম আৰু নিয়োগ, চাহ জনজাতি উন্নয়ন ।

যোগেন মহন : ৰাজহ, দুৰ্যোগ প্ৰশমন,পাৰ্বত্য উন্নয়ন, খনি ।

অজন্তা নেওগ : বিত্ত, সমাজ কল্যান ।

অশোক সিংঘল : নগৰ উন্নয়ন, গুৱাহাটী উন্নয়ন,জলসিঞ্চন ।

পীয়ূষ হাজৰিকা : জল সম্পদ,তথ্য আৰু জনসংযোগ, সংসদীয় পৰিক্ৰমা ।

বিমল বৰা : ক্ৰীড়া-যুৱ কল্যাণ,সাংস্কৃতিক পৰিক্ৰমা,শক্তি, পৰ্যটন ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 4,918 other subscribers

Leave a comment

Leave a Reply