মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈয়েই কি কৰিলে প্ৰথমটো পদক্ষেপ

শংকৰ দেব কলাক্ষেত্ৰত শপতগ্ৰহন কৰাৰ পিছতেই


মুখ্যমন্ত্ৰী হিচাপে ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথমটো পদক্ষেপ।


মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব ৰূপে নিযুক্তি প্ৰদান কৰা হৈছে সমীৰ সিনহাক।


পূ্ৰ্বে বিত্ত, স্বাস্থ্য বিভাগৰ প্ৰধান সচিব হিচাপে আছিল সিনহা।

আৰু পঢ়ক: পঞ্চদশ মুখ্য মন্ত্ৰী হিচাপে শপত ল’লে হিমন্ত বিশ্ব শৰ্মাই

সমীৰ সিনহাক বিত্ত বিভাগৰ প্ৰধান সচিবৰো অতিৰিক্ত দায়িত্ব


ইফালে মুখ্যমন্ত্ৰীৰ প্ৰধান সচিবৰ দায়িত্বত থকা পবন কুমাৰ বৰঠাকুৰক অতিৰিক্ত মু্খ্য সচিবৰ দায়িত্ব।
উন্নয়ন আৰু সাংস্কৃতিক বিভাগৰ অতিৰিক্ত দায়িত্ব ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 4,841 other subscribers

Leave a comment

Leave a Reply