গুৱাহাটী– ৰাজ্য়ত পুনৰ প্ৰশ্নকাকত বিসংগতি। অইল ইণ্ডিয়াৰ লিমিটেডৰ পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিলৰ গুৰুতৰ অভিযোগ। পৰীক্ষা চলি থকাৰ মাজতে হোৱাটছএপ যোগে ফাদিল হৈছিল প্ৰশ্ন কাকত।

HMV অপাৰেটৰ পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিলৰ অভিযোগ পৰীক্ষাৰ্থীৰ। ৩০টা পদৰ বাবে অনুষ্ঠিত হোৱা পৰীক্ষাত ৯০০ পৰীক্ষাৰ্থী বহিছিল পৰীক্ষাত।

প্ৰশ্নকাকত ফাদিলৰ অভিযোগ উত্থাপিত হোৱাৰ পাছতে বাতিল কৰা হয় পৰীক্ষা। সম্প্ৰতি এই সন্দৰ্ভত তদন্ত অব্য়াহত আছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply