নিউজ ডেস্ক- বছৰজোৰা কাৰাবন্দীত্বৰ অন্তত অখিল গগৈৰ জামিন আবেদনৰ শুনানীৰ সামৰণি পৰিল |

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ কল্যাণ ৰায় সুৰণা আৰু অজিত বৰঠাকুৰে শুনানি সমাপ্ত কৰি ৰায়দান সংৰক্ষিত কৰি ৰাখে। ডিচেম্বৰৰ ২৬ তাৰিখৰ পূৰ্বে প্ৰদান কৰিব ৰায়।

ন্যায়ালয়ত NIAক প্ৰতিনিধিত্ব কৰে অতিৰিক্ত ছ’লিচিটৰ জেনেৰেল এছ ভি ৰাজুয়ে | আনহাতে অখিল গগৈৰ হৈ যুক্তি আগবঢ়ায় অধিবক্তা হুজেফা এহমদীয়ে |

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply