অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ব্যাপক সাল-সলনি

নিউজ ডেস্ক: অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়স্থিত লামহাও ডুংগেলক পুলিচ কমিচনাৰেট গুৱাহাটীৰ অতিৰিক্ত DCP (অপৰাধ)শাখাৰ দায়িত্ব।

পুলিচ কমিচনাৰেট গুৱাহাটীৰ অতিৰিক্ত DCP (সীমান্ত) অমৰ চৌধুৰীক শোণিতপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ দায়িত্ব।

শোণিতপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক নোমল মাহাত্তক পুলিচ কমিচনাৰেট গুৱাহাটীৰ অতিৰিক্ত DCP(পশ্চিম)ৰ দায়িত্বভাৰ।

শিৱসাগৰ লিগিৰীপুখুৰীৰ ২৫ নং AP(ONGC)Bn.ৰ 2 I/C বিতুল চেতিয়াক ডিব্ৰুগড়ৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (HQ)হিচাপে বদলি।

অসম আৰক্ষীৰ মুখ্য কাৰ্য্যালয়ৰ আছিফ আহমেদক কামৰূপৰ অতিৰিক্ত আৰক্ষী অধীক্ষক(HQ)ৰ দায়িত্ব।

কামৰূপৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শ‌ইকীয়াক পুলিচ কমিচনাৰেট গুৱাহাটীৰ অতিৰিক্ত DCP(ADMN.)ৰ দায়িত্ব।

পুলিচ কমিচনাৰেট গুৱাহাটীৰ অতিৰিক্ত. DCP(ADMN.)ৰ পনজিৎ দুৱৰাক মাণ্ডাকাটাস্থিত কামাণ্ডো বেটালিয়নৰ ডেপুটি কামাণ্ডেন্টৰ দায়িত্ব।

যোৰহাটৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ সোণোৱালক কাৰ্বি আংলঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষক(HQ) হিচাপে বদলি৷

কাৰ্বি আংলঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ইন্দ্ৰনীল বৰুৱাক ডিমা হাছাওৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ দায়িত্ব।

ডিমা হাছাওৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মানবেন্দ্ৰ গগৈক যোৰহাটৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ দায়িত্ব।

কাছাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক গৌৰভ কুমাৰ আগৰৱালাক বৰপেটাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ দায়িত্ব।

ডিব্ৰুগড়ৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক নিত্য ৰঞ্জন চুতীয়াক তিনিচুকীয়াৰ অতিৰিক্ত আৰক্ষী অধীক্ষক(নিৰাপত্তা)হিচাপে বদলি৷

শিৱসাগৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাক নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ দায়িত্ব৷

শিলচৰস্থিত অসম বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ SSP(সীমান্ত) ফৈজ আহমেদ বৰভূঞাক কৰিমগঞ্জৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ দায়িত্ব।

কৰিমগঞ্জৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰশান্ত দত্তক শিলচৰস্থিত অসম বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ SSP(সীমান্ত)ৰ দায়িত্ব।

পুলিচ কমিচনাৰেট গুৱাহাটীৰ অতিৰিক্ত. DCP(যান-বাহন) মৃন্ময় গোস্বামীক যোৰহাটৰ অতিৰিক্ত আৰক্ষী অধীক্ষক(HQ) ৰ দায়িত্ব।

কাহিলিপাৰাৰ চতুৰ্থ APBn ৰ 2 I/C মাধুৰিমা দাসক পুলিচ কমিচনাৰেট গুৱাহাটীৰ অতিৰিক্ত DCP(যান-বাহন) ৰ দায়িত্ব।

পুলিচ কমিচনাৰেট গুৱাহাটীৰ অতিৰিক্ত DCP(west) সুপ্ৰতিভ লাল বৰুৱাক কাহিলিপাৰাস্থিত দশম APBn ৰ 2 I/C হিচাপে বদলি।

মাণ্ডাকাটাস্থিত কামাণ্ডো বেটালিয়নৰ ডেপুটি কামাণ্ডেন্ট বিবেকানন্দ দাসক পুলিচ কমিচনাৰেট গুৱাহাটীৰ অতিৰিক্ত DCP(পূৱ)ৰ দায়িত্বভাৰ

বৰপেটা হাউলীৰ চতুৰ্থ APTF Bn. ৰ 2 i/c আৰিফ আহমেদক শিৱসাগৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ দায়িত্ব৷

বৰপেটাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আব্দুছ ছামাদ হুচেইনক হাওলিৰ চতুৰ্থ APTF Bn. ৰ 2 i/c ৰ দায়িত্ব।

তিনিচুকীয়াৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ডেভিদ নিঙাইটেক ডিব্ৰুগড়ৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক(নিৰাপত্তা)হিচাপে বদলি।

দৰঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পল্লৱী মজুমদাৰক মৰিগাঁৱৰ ১৬ নং AP(IR)Bn. ৰ 2 i/c ৰ দায়িত্বভাৰ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,044 other subscribers

Leave a comment

Leave a Reply