গুৱাহাটী- আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নাম উজলাবলৈ পুনৰ সক্ষম হৈছে অসম সন্তানে।গুৱাহাটীৰ বাসিন্দা শুভাশীষ দাসৰ ‘The annyoying tap water ‘ নামৰ ৰেডিঅ’ নাটকখন নিৰ্বাচিত হৈছে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ নাট প্ৰতিযোগিতা ‘international radio play writing competition 2020’ লৈ।

বিবিচি ৱৰ্ল্ডে আয়োজন কৰিছে এই প্ৰতিযোগিতাখনি। এই প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিছে ১৫ খন দেশে।

এইখন এনে এখন প্ৰতিযোগিতা য’ত ৰেডিঅ’ নাটৰ মাধ্য়মক আন্তঃৰাষ্ট্ৰীয় দৰ্শকৰ সৈতে পৰিচয় কৰোৱা।

মেধাৱী শুভাশীষ এজন লেখক, সৃষ্টিশীল পৰ্যবেশকৰ লগতে এজন কপিৰাইটাৰো।

ইয়াৰ পূৰ্বে শুভাশীষে ‘ Pamper Premium Care Saudi Arabia Campaign Award Contest, 2020’ ত জয়ী হৈছিল।

‘Time Machine: Memories from the Eastern Plains’ নামৰ এই কিতাপ খনৰ কাৰণে শুভাশীষে খিতাপ লাভ কৰিছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply