আমিনগাঁৱৰ মৰিয়াপট্টিত বনভোজলৈ যোৱা যুৱক পৰিল ব্ৰহ্মপুত্ৰত

নিউজ ডেক্স: আমিনগাঁৱৰ মৰিয়াপট্টিত বনভোজ খাবলৈ গৈ ব্ৰহ্মপুত্ৰত পৰিল এজন যুৱক। ঘটনাস্থলীত অব্যাহত আৰক্ষী-SDRFৰ উদ্ধাৰ অভিযান। বৰ্তমানো কোনো সন্ধান নাই যুৱকজনৰ।

হাত নাঁওৰ পৰা নদীত পৰিল কামাখ্যা গেটৰ শিৱ লহকৰ । ঘটনস্থলীত উপস্থিত আৰক্ষী আৰু SDRF উদ্ধাৰ বাহিনীৰ দল ।

SDRF বাহিনীয়ে উদ্ধাৰ অভিযান চলাইছে যদিও বৰ্তমানেও সন্ধান পোৱা নাই যুৱকজনৰ ।

৭ জনীয়া যুৱকৰ দল গৈছিল ব্ৰহ্মপুত্ৰৰ বালিচৰত বনভোজ খাবলৈ ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply