উৰিষ্যাত উদ্ধাৰ বিৰল প্ৰজাতিৰ ক'লা বাঘ

উৰিষ্যাৰ টাইগাৰ ৰিজাৰ্ভত উদ্ধাৰ হৈছে ক’লা ৰঙৰ বিৰল প্ৰজাতিৰ বাঘ ।বাঘটোৰ বৈজ্ঞানিক নাম ‘Melanistic’ বুলি জনা গৈছে।উৰিষ্যাৰ wild photograoher সৌমেন বাজপেয়ীৰ কেমেৰাত বন্দী হৈছে বাঘটোৰ ফটো ।


এই প্ৰজাতিৰ বাঘ বিধৰ গাৰ বৰণ সম্পূৰ্ণ ক’লা আৰু মাজে মাজে আছে কমলা ৰঙৰ চিন।এই প্ৰজাতিৰ বাঘ সাধাৰণতে দেখা বাঘতকৈ আকাৰত সৰু ।

ভাৰতৰ কেৱল উৰিষ্যাৰ চিমপ্লিপাল ব্ৰ‍্যাঘ প্ৰকল্পতে এই প্ৰজাতিৰ বাঘ আছে বুলি বিশেষজ্ঞসকলে উল্লেখ কৰে ।

জিনৰ প্ৰভাৱতে এই প্ৰজাতিৰ বাঘৰ ৰং ক’লা হয় বুলি গৱেষক সকলে উল্লেখ কৰে ।

২০১৮ চনত গণনাৰ তথ্য মতে সমগ্ৰ বিশ্বৰ ভিতৰতে এই প্ৰজাতিৰ ৭০ শতাংশ বাঘ উৰিষ্যাতে আছে ।

বৰ্তমান এই বাঘবিধ সম্পূৰ্ণ বিলুপ্ত হৈ পৰিছে ।

বিশেষজ্ঞৰ মতে বৰ্তমান গোটেই ৰাজ্যখনৰ ভিতৰত এই প্ৰজাতিৰ বাঘ আছেগৈ মুঠতে সাত -আঠটা ।

অৰণ্যৰ ঘন জংঘলৰ এই প্ৰজাতিৰ বাঘৰ বাসস্থানৰ বাবে উপযোগী।

গতিকে উৰিষ্যাৰ এই স্থানৰ পৰা অন্য স্থানলৈ যাবলৈ প্ৰয়োজনবোধ নকৰে বুলি বিশেষজ্ঞ সকলে মন্তব্য কৰে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply