গুৱাহাটী – উৎসৱৰ বতৰত ঋণগ্ৰহীতাসকললৈ সকাহ প্ৰদান কৰি চৰকাৰে শুক্ৰবাৰে ঘোষণা কৰিছে যে ২ কোটি টকা পৰ্যন্ত ঋণৰ ক্ষেত্ৰত সূদৰ ওপৰত সূদ ৰেহাই দিয়া হৈছে, সেয়া মৰেটৰিয়াম সুবিধা গ্ৰহণ কৰক বা নকৰক, সকলোৰে ক্ষেত্ৰতে প্ৰযোজ্য হ’ব। নিৰ্দেশনা অনুসৰি, এই আঁচনিখনৰ সুবিধা একোগৰাকী ঋণগ্ৰহীতাই নিৰ্দ্দিষ্ট ঋণ একাউণ্টৰ বাবে ১ মাৰ্চৰ পৰা ৩১ আগষ্ট পৰ্যন্ত সময়সীমাৰ ভিতৰত ব্যৱহাৰ কৰিব পাৰিব।

গৃহ ঋণ, শিক্ষা ঋণ, ক্ৰেডিট কাৰ্ডৰ অপৰিশোধিত ধন, বাহন ঋণ, এমএছএমই ঋণ, উপভোক্তা ঋণ আৰু উপভোগ ঋণসমূহক এই আঁচনিৰ অধীনত সামৰি লোৱা হ’ব

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply