গুৱাহাটী – এছ আই কেলেংকাৰীৰ অন্যতম অভিযুক্ত সৰোজ শৰ্মাক গ্ৰেপ্তাৰ। চি আই ডি আৰু অপৰাধ শাখাই আজি বৰঝাৰ বিমানবন্দৰৰ পৰা গ্ৰেপ্তাৰ কৰে সৰোজ শৰ্মাক।

জানিব পৰা মতে, লক্ষ্ণৌলৈ পলাই যোৱা সৰোজ শৰ্মা অসমলৈ ঘূৰি আহিছিল। উল্লেখযোগ্য যে কেলেংকাৰীৰ অন্যতম অভিযুক্ত সৰোজ শৰ্মাইও গঢ়িছিল বিশাল সম্পত্তি।

জাপৰিগোগত সৰোজ শৰ্মাৰ পাৰিজাত ভেৰাইটিছ নামৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠান থকাৰ লগতে ছবি নিৰ্মানতো হাত দিছিল। উল্লেখ্য যে ব্যাপকভাৱে চৰ্চিত দিবন ডেকাৰ ব্যৱসায়িক অংশীদাৰো সৰোজ শৰ্মা।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,022 other subscribers

Leave a comment

Leave a Reply