গুৱাহাটী – অসম আৰক্ষীৰ এছ আই কেলেংকাৰীৰ সৈতে জড়িত আন এজন লোকক আজি গ্ৰেপ্তাৰ কৰিছে। নলবাৰী আৰক্ষীয়ে আজি এই সংক্ৰান্তত প্ৰণৱ শৰ্মা নামৰ এগৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে।

উল্লেখ্য যে প্ৰণৱ শৰ্মা ওৰফে বুলবুল নামৰ এইগৰাকী লোক নলবাৰী হাজো পথস্থিত লতা ফাৰ্মাচীৰ স্বত্ত্বাধিকাৰী। শেহতীয়া তথ্য অনুসৰি নলবাৰী আৰক্ষী তানাত মাৰাথন জেলা চলাই থকা হৈছে প্ৰণৱ শৰ্মাক।

স্মৰ্তব্য যে এক বিশেষ ফোন টেপিংৰ আধাৰত প্ৰণৱ শৰ্মাক আজি নলবাৰীৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply