খৈৰাবাৰী – ওদালগুৰিত উদ্ধাৰ বৃহৎ পৰিমাণৰ বিস্ফোৰক। সোমবাৰে পুৱা ওদালগুৰি আৰক্ষীয়ে উদ্ধাৰ কৰে বিস্ফোৰকখিনি।
পলিথিনেৰে মেৰিয়াই থোৱা অৱস্থাত ৩১ কেজি বিস্ফোৰকৰ দুটা বাল্টি উদ্ধাৰ কৰে আৰক্ষীয়ে।
ডিমাকুছি আৰক্ষী থানাৰ অন্তৰ্গত উত্তৰ নাওঁবন্ধাৰ আনন্দবাজাৰত উদ্ধাৰ হয় বিস্ফোৰক খিনি ।