গুৱাহাটী– প্ৰাক্তন বিধায়ক ড০ ইদ্ৰিছ আলীৰ দেহাৱসান। মঙলবাৰে জিএনআৰচি হাস্পতালত মুত্যু হয় ধিঙৰ প্ৰাক্তন বিধায়কগৰাকীৰ ।
দীৰ্ঘদিনে উচ্চ ৰক্তচাপ জনিত ৰোগত ভুগি আছিল বিধায়কগৰাকী। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৬৩ বছৰ। ইদ্ৰিছ আলীৰ মৃত্য়ুত অঞ্চলজুৰি শোকৰ ছাঁ পৰে।