জ্যেষ্ঠ নেতা ইদ্ৰিছ আলীৰ মৃত্যু

গুৱাহাটী– প্ৰাক্তন বিধায়ক ড০ ইদ্ৰিছ আলীৰ দেহাৱসান। মঙলবাৰে জিএনআৰচি হাস্পতালত মুত্যু হয় ধিঙৰ প্ৰাক্তন বিধায়কগৰাকীৰ ।

দীৰ্ঘদিনে উচ্চ ৰক্তচাপ জনিত ৰোগত ভুগি আছিল বিধায়কগৰাকী। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৬৩ বছৰ। ইদ্ৰিছ আলীৰ মৃত্য়ুত অঞ্চলজুৰি শোকৰ ছাঁ পৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,473 other subscribers

Leave a comment

Leave a Reply Cancel reply