কংগ্ৰেছৰ প্ৰাৰ্থী হ'ব বিচাৰে যদি ৪০ হাজাৰ জমা দিয়ক !

নিউজ ডেস্ক: আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ প্ৰাথী হ’বলৈ আগ্ৰহীসকলৰ বাবে দলে কেতবোৰ নতুন নীতি নিয়ম জাৰী কৰিছে | বিধানসভা নিৰ্বাচনৰ বাবে সাজু অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে

টিকট প্রত্যাশী প্রাৰ্থীৰ আবেদন বিচাৰি জাননী প্ৰকাশ কৰিছে | অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে আবেদনৰ বাবে ১০ ফেব্রুৱাৰী অন্তিম দিন নিৰ্ধাৰণ কৰিছে | ইয়াৰ পাছতেই আৰম্ভ হ’ব প্ৰাৰ্থীত্বৰ বাবে প্রাৰ্থী বাছনি প্রক্রিয়া |

ইয়াৰ বাবে আবেদনকাৰীয়ে জমা দিব লাগিব ৪০,০০০ টকা | এই ধন ডিমাণ্ড ড্রাফ্টযোগে জমা দিব লাগিব অসম প্ৰদেশ কংগ্ৰেছ কমিটিক | ST, SCৰ বাবে সংৰক্ষিত আসনৰ বাবে জমা দিব লাগিব ২০ হাজাৰ টকা |মহিলা প্রাৰ্থীয়ে আসনৰ বাবে জমা দিব লাগিব ২৫ হাজাৰ টকা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply