কাইলৈ পৰা ৰাজ্যত বন্ধ থাকিব পেট্ৰ’ল পাম্প।
অহা ২২ অক্টোবৰৰ পুৱা ৬ বজাৰ পৰা ২৪ অক্টোবৰৰ পুৱা ৬ বজালৈ ৰাজ্যৰ সকলো পেট্ৰ’ল পাম্প বন্ধ থাকিব।এই সিদ্ধান্ত গ্ৰহণ কৰিছে নৰ্থ ইষ্ট পেট্ৰল পাম্প সংস্থাই।
সংস্থাৰ ১০ দফীয়া দাবীক কাৰ্যত ৰূপ দিয়াৰ দাবীৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে।
পেট্ৰল কোম্পানী সমূহৰ মইমতালিৰ বাবে এই প্ৰতিবাদী সিদ্ধান্ত গ্ৰহণ কৰিছে ডিলাৰ্ছ এচ’ছিয়েশ্বনে।
লগতে পঢ়ক-ডিফুৰ ৰংবাং গাঁৱত নৃশংস হত্যাকাণ্ড