কাজিৰঙা– বাগৰি বনাঞ্চলত বনবিভাগ- আৰক্ষীৰ যৌথ অভিযান। অভিযানত আটক ৫ চোৰাংচিকাৰী। আটক কৰা চিকাৰীকেইটা কেইটা হ’ল আনোৱাৰ হুছেইন, আকবৰ আলী, ছফিকুল ইছলাম, ছৈফুল ইছলাম আৰু জয়নাল আবেদীন।
ধৃত চোৰাংচিকাৰী কেইটা গঁড় হত্য়াৰ লগতে গঁড় খৰ্গৰ ব্য়ৱসায়ৰ লগত জড়িত আছিল।