প্ৰতিনিধিত্বমূলক ছবি

কাজিৰঙা– বাগৰি বনাঞ্চলত বনবিভাগ- আৰক্ষীৰ যৌথ অভিযান। অভিযানত আটক ৫ চোৰাংচিকাৰী। আটক কৰা চিকাৰীকেইটা কেইটা হ’ল আনোৱাৰ হুছেইন, আকবৰ আলী, ছফিকুল ইছলাম, ছৈফুল ইছলাম আৰু জয়নাল আবেদীন।

ধৃত চোৰাংচিকাৰী কেইটা গঁড় হত্য়াৰ লগতে গঁড় খৰ্গৰ ব্য়ৱসায়ৰ লগত জড়িত আছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 4,886 other subscribers

Leave a comment

Leave a Reply