কামপুৰত চোৰ আটক

কামপুৰ- কামপুৰত চোৰৰ তাণ্ডৱ। দেওবাৰে কামপুৰ চেনিকলৰ মূল্যৱান যন্ত্ৰাংশ চোৰ কৰি আৰক্ষীৰ জালত পৰিল দুটা চোৰ। ধৃত চোৰ দুটা সৌৰভ ভূঞা আৰু কাজুমনি শইকীয়া বুলি জানিব পৰা গৈছে।

চোৰ কৰা সামগ্ৰী এজন লোকক বিক্ৰী কৰিব আহোতেই কামপুৰ পুৰণি বাছ আস্থানত একাংশ লোকে হাতে-লোটে ধৰে চোৰ দুটাক। স্থানীয় লোকে চোৰ দুটাক আটক কৰি আৰক্ষীক গতাই দিয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply