কামপুৰত ছাত্ৰী সন্ধানহীন

কামপুৰ- নগাঁও জিলাৰ কামপুৰৰ গাৰোখুন্দাত পাঁচ দিন ধৰি সন্ধানহীন এগৰাকী ছাত্ৰী। হৰিতেৰন হাইস্কুলৰ সপ্তম শ্ৰেণীৰ ছাত্ৰী জ্যোতিকা বৰা দেওবাৰে ঘৰৰ পৰা সখীয়েকৰ ঘৰলৈ বুলি ওলাই যোৱা অৱস্থাতে সন্ধানহীন হয়।

পৰিয়ালৰ লোকে জ্যোতিকাৰ সন্ধান নোপোৱাত কাষ চাপিছিল কামপুৰ আৰক্ষীৰ । আৰক্ষীয়েও সূংসূত্ৰ উলিয়াব নোৱাৰাত শোকত ভাঙি পৰিছে জ্যোতিকাৰ পৰিয়ালৰ লোক । কোনো লোকে জ্যোতিকাৰ সন্ধান পালে ওচৰৰ আৰক্ষী থানা নাইবা 6002189217 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply