নগাঁও ৰাঙলু কাৰ্বি মিশ্যন স্কুলত হয় ভয়ংকৰ অগ্নিকাণ্ড

কামপুৰ: সোমবাৰে নিশা ভয়ংকৰ অগ্নিকান্ডত সম্পূৰ্ণ ৰূপে ধ্বংস হ’ল এখন শিক্ষানুষ্ঠান |নগাঁও ৰাঙলু কাৰ্বি মিশ্যন স্কুলত হয় ভয়ংকৰ অগ্নিকাণ্ড।ইয়াৰ ফলত জাহ গ’ল কেইবা লক্ষাধিক টকাৰ সম্পত্তি।জুইত জাহ গ’ল প্ৰাৰ্থনা গৃহ,ৰান্ধনী গৃহ।

বৈদ্যুতিক শ্বট চাৰ্কিটৰ বাবে অগ্নিকাণ্ড সংঘটিত হোৱাৰ সম্ভাৱনা।নগাঁও আৰু কামপুৰৰ কেইবাখনো অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত পলমকৈ পোৱাৰ বাবে উত্তেজিত হৈ পৰে স্থানীয় লোক।কথমপি ৰক্ষা পৰিল কাষতে থকা হোষ্টেলটোৰ শতাধিক শিক্ষাৰ্থী।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply