কৃষি আইন বাতিলৰ দাবীত কৰিমগঞ্জত প্ৰতিবাদ

কৰিমগঞ্জ– কেন্দ্ৰৰ অনুমোদিত তিনিখন কৃষি আইন বাতিলৰ দাবীত কৰিমগঞ্জৰ ভাঙ্গাত প্ৰতিবাদ। অসম মজুৰি শ্ৰমিক ইউনিয়ন (কৰিমগঞ্জ) আৰু গ্লোবেল য়ুথ ছ’চাইটিৰ নেতৃত্বত মাছলি গাওঁ পঞ্চায়ত কাৰ্যালয়ৰ সম্মুখত কৃষি বিৰোধী আইন আৰু শ্ৰম আইন সংশোধনৰ প্ৰতিবাদত অৱস্থান ধৰ্মঘট ।

কেন্দ্ৰীয় চৰকাৰৰ অঘোষিত নীতি আৰু বল প্ৰয়োগৰ বিৰুদ্ধে ৰাজ্যৰ শ্ৰমিক সংগঠনে দিনত এনেদৰে প্ৰতিবাদ কৰিছে সমগ্ৰ ৰাজ্যত।

কৃষি আইন বাতিল নোহোৱা পৰ্যন্ত তেওঁলোকৰ প্ৰতিবাদ অব্যাহত থাকিব বুলি ঘোষণা কৰে শ্ৰমিক সংগঠনে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply