গুৱাহাটী- কোকৰাঝাৰত অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰসোমবাৰে চেৰফাংগুৰি আৰক্ষীচকীৰ অন্তৰ্গত বেলগুৰিত কোকৰাঝাৰ আৰক্ষীয়ে উদ্ধাৰ কৰে এটা একে ৫৬ ৰাইফল, এটা মেগজিন, ২৯ৰাউণ্ড সজীৱ গুলী , এটা ৭.৬৫এম এম পিষ্টল সহ এটা মেগজিন।

বেলগুৰি অঞ্চলৰ জংঘলৰ পৰা উদ্ধাৰ মাৰণাস্ত্ৰখিনি। উদ্ধাৰ হোৱা অস্ত্ৰ আৰু গোলাবাৰুদ বোৰ মাটিৰ লুকাই ৰাখিছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰে।

বৰ্তমান এই সন্দৰ্ভত আৰক্ষীৰ তদন্ত চলি আছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply