প্ৰতিনিধিত্বমূলক ছবি Credit: টুইটাৰ

কৰিমগঞ্জ– বৰাক উপত্যকাত অব্যাহত আছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়। সোমবাৰে ড্ৰাগছৰ বিৰুদ্ধে অভিযানত নামি পৰে কৰিমগঞ্জ আৰক্ষী। আৰক্ষীয়ে কৰিমগঞ্জ আৰু নিলামবজাৰ আৰক্ষী থানাৰ অন্তৰ্গত অঞ্চলত অভিযান চলাই গ্ৰেপ্তাৰ কৰে দুজন ড্ৰাগছ সৰবৰাহকাৰীক।

ড্ৰাগছ সৰবৰাহকাৰী দুটাৰ পৰা আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট আৰু ৪৭গ্ৰাম ব্ৰাউন চুগাৰ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply