গুৱাহাটীত আকৌ আক্ৰান্ত হ’ল ক’ভিডত
ডনবস্ক গুৱাহাটীৰ দুগৰাকী শিক্ষয়িত্ৰীৰ দেহত ক’ভিড-১৯ ভাইৰাচ
পানবজাৰ ডনবস্ক স্কুলৰ সমীপবৰ্তী অঞ্চলক কন্টেইমেন্ট জ’ন ঘোষণা | ৭ দিনলৈ কন্টেইমেন্ট জ’ন ঘোষণা প্ৰশাসনৰ | কাইলৈ ডনবস্ক হাইস্কুলৰ শিক্ষকসকলক ক’ভিড টেষ্ট কৰাব |
মহানগৰীত পুনৰ ক’ৰোনাৰ আতংক
পানবজাৰ ডনবস্ক’ৰ ২ শিক্ষয়ত্রী ক’ভিড পজিটিভ
প্রণিতা গগৈ আৰু মৌচুমী পুৰকায়স্থ হোম কোৱাৰিন্টিন হৈ আছে
ডনবস্ক’ৰ শিক্ষক-শিক্ষাৰ্থীৰ মাজত হাহাকাৰ
এই ঘটনাক গাপ দিয়াৰ চেষ্টা ডনবস্ক’ কৰ্তৃপক্ষৰ
ইয়াৰে এগৰাকী শিক্ষয়িত্ৰী কোভিডত আক্ৰান্ত হোৱাৰ বিপৰীতে আন গৰাকীৰ স্বামী আক্ৰান্ত এই মহামাৰীত