ডনবস্ক স্কুল,গুৱাহাটী

গুৱাহাটীত আকৌ আক্ৰান্ত হ’ল ক’ভিডত

ডনবস্ক গুৱাহাটীৰ দুগৰাকী শিক্ষয়িত্ৰীৰ দেহত ক’ভিড-১৯ ভাইৰাচ

পানবজাৰ ডনবস্ক স্কুলৰ সমীপবৰ্তী অঞ্চলক কন্টেইমেন্ট জ’ন ঘোষণা | ৭ দিনলৈ কন্টেইমেন্ট জ’ন ঘোষণা প্ৰশাসনৰ | কাইলৈ ডনবস্ক হাইস্কুলৰ শিক্ষকসকলক ক’ভিড টেষ্ট কৰাব |

মহানগৰীত পুনৰ ক’ৰোনাৰ আতংক

পানবজাৰ ডনবস্ক’ৰ ২ শিক্ষয়ত্রী ক’ভিড পজিটিভ

প্রণিতা গগৈ আৰু মৌচুমী পুৰকায়স্থ হোম কোৱাৰিন্টিন হৈ আছে

ডনবস্ক’ৰ শিক্ষক-শিক্ষাৰ্থীৰ মাজত হাহাকাৰ

এই ঘটনাক গাপ দিয়াৰ চেষ্টা ডনবস্ক’ কৰ্তৃপক্ষৰ

ইয়াৰে এগৰাকী শিক্ষয়িত্ৰী কোভিডত আক্ৰান্ত হোৱাৰ বিপৰীতে আন গৰাকীৰ স্বামী আক্ৰান্ত এই মহামাৰীত

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 4,840 other subscribers

Leave a comment

Leave a Reply