গুৱাহাটীত লুৰীণজ্যোতি গগৈক উষ্ম আদৰণি

গুৱাহাটী:- অসম জাতীয় পৰিষদৰ সভাপতি হিচাবে দায়িত্ব লোৱা পিছত প্ৰথমবাৰৰ বাবে গুৱাহাটীত উপস্থিত হোৱা সময়ত উষ্ম আদৰণি জনাই লুৰীণজ্যোতি গগৈক | খানাপাৰাৰ পৰা দীঘলীয়া বাইক ৰেলিৰে সভাপতি গৰাকীক আদৰি নিয়ে দলীয় কৰ্মকৰ্তা সকলে | পুৱা নগাঁৱৰ পৰা গুৱাহাটী অভিমুখে যাত্ৰা আৰম্ভ কৰি সোনাপুৰতো এখন পথ সভাত অংশ লয় সভাপতি গৰাকীয়ে | খানাপাৰাৰ পৰা শোভাযাত্ৰা কৰি মাছখোৱাৰ ওচৰৰ আন্ধাৰুবালিলৈ আদৰি নিয়ে | তাতেই হ’ব লগা অনুষ্ঠানতে সভাপতি গৰাকীক সম্বৰ্ধনা জনাব |

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply