শিল্পী মনোজ মাছাৰী

গোৱালপাৰা- গোৱালপাৰা জিলাৰ ৰংজুলিত নৃশংস হত্যা কাণ্ড।

ৰংজুলিৰ ৰৌমাৰীত নিশা অলী কছাৰী নামৰ যুৱকজনে চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্যা কৰাৰ অভিযোগ শিল্পী মনোজ মাছাৰী নামৰ লোকজনক।

হত্যাকাণ্ড সংঘটিত কৰি পলায়ন কৰা হত্যাকাৰী অলী কছাৰীক পুৱা দৰংগিৰিৰ কাচাদলৰ পৰা আটক কৰিলে ৰংজুলি আৰক্ষীয়ে।

সম্প্ৰতি ৰংজুলি আৰক্ষী থানাৰ লোকাপত হত্যাকাৰী অলী কছাৰী।

এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৰংজুলিত।

হত্যাকাৰী অলী কছাৰীৰ ফাঁচিৰ দাবী কৰিছে ৰাইজে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply