গুৱাহাটী – কালি ঘোষণা কৰা হৈছে অৰ্থশাস্ত্ৰৰ ন’বেল বঁটা বিজয়ীৰ নাম৷ আমেৰিকাৰ দুজন অৰ্থনীতিবিদ Paul R Milgrom আৰু Robert B Wilson এ লাভ কৰিছে অৰ্থশাস্ত্ৰৰ ন’বেল বঁটা ৷
এই পুৰস্কাৰত প্ৰায় ১১ লাখ টকাৰ আমেৰিকাৰ ডলাৰ প্ৰদান কৰা হয়।