নিউজ ডেস্ক- চিবিএছইৰ দশম -দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ কাৰ্যসূচীৰ ঘোষণা। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ৰমেশ পোখৰিৱালে মঙলবাৰে ঘোষণা কৰিলে পৰীক্ষাৰ সময় সূচী।

দশম শ্ৰেণীৰ পৰীক্ষা অহা ৪মে’ৰ পৰা ২জুনলৈ অনুষ্ঠিত হ’ব। আনহাতে দ্বাদশ শ্ৰেণীৰ পৰীক্ষাসমূহ আৰম্ভ হ’ব ৪মে’ৰ পৰা আৰু ১০জুনত অন্ত পৰিব ।