গুৱাহাটী – ভাৰতৰ স্বাধীনতা আন্দোলনৰ সংগ্ৰামী ছবিলাল উপাধ্যায়ৰ নামেৰে হ’ব বিহালিত প্ৰতিষ্ঠা হব লগা অভিযান্ত্ৰিক মহাবিদ্যালয়। অলপতে ৰাজ্যৰ শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰে।
এই অভিযান্ত্ৰিক মহাবিদ্যালয়খনৰ নাম হ’ব “ছবিলাল উপাধ্যায় অভিযান্ত্ৰিক মহাবিদ্যালয়, বিহালি”।
উল্লেখ্য যে ছবিলাল উপাধ্যায় আছিল অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি। গোৰ্খা সম্প্ৰদায়ৰ এইগৰাকী স্বাধীনতা সংগ্ৰামীয়ে সমাজৰ শিক্ষাৰ বাবে বহু অৱদান আগবঢ়াইছিল।
I'm so very happy to share that the engineering college coming up at Bihali is being named as Chabilal Upadhyay Engineering College, Bihali with immediate effect.
The Higher Education (Technical) Dept has issued an order to this effect on October 13, 2020. (Enclosed) pic.twitter.com/ssPXfC95ug
— Himanta Biswa Sarma (@himantabiswa) October 14, 2020