ছিপাঝাৰঃ ঢলপুৰত বেদখলকাৰীৰ সম্পূৰ্ণ উচ্ছেদৰ দাবী আৰু আৰক্ষীক সমৰ্থন কৰি ঘোঁৰাবান্ধাৰ পৰা একাংশ স্থানীয় যুৱক-যুৱতীৰ সমদল।

সমদল কৰি যুৱক-যুৱতীসকল ছিপাঝাৰ আৰক্ষী চকীত উপস্থিত হয় ৷

ঢলপুৰত আৰক্ষীয়ে লোৱা ভূমিকাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি বেদখলকাৰীক সাৱধান বানী শুনাই যুৱ সমাজে।

বেদখলকাৰী সকলে পৰিকল্পিত ভাৱেই আৰক্ষীক আক্ৰমণ চলোৱা বুলি উল্লেখ কৰি ইমান বিপদৰ মাজতো অসম আৰক্ষীয়ে উচ্ছেদ অভিযান সম্পন্ন কৰাৰ বাবে অসম আৰক্ষীক ধন্য়বাদ জ্ঞাপন কৰে ছিপাঝাৰ যুৱ সমাজে।

লগতে পঢ়কঃআৰক্ষীৰ গুলীত আহত ড্ৰাগছ মাফিয়া বাহাৰুল ইছলাম

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply