জখলাবন্ধাৰ তেতেলুগুৰিত পথ দুৰ্ঘটনা,এজন নিহত Credit: ইষ্টম'জ'

জখলাবন্ধা: শণিবাৰে পুৱা কলিয়াবৰৰ ৰাঙলুত ভয়ংকৰ পথ দুৰ্ঘটনা হয়। সেনা বাহিনীৰ গাড়ীয়ে মহটিয়ালে স্কুটী আৰোহীক। এই ঘটনাত থিতাতে নিহত ২য় অসম বন সুৰক্ষা বাহিনীৰ এজন জোৱান।

নিহতজনৰ নাম কলিয়াবৰৰ বামুণীৰ ৩৫ বছৰীয়া জোৱেল সিং তেৰণ। জখলাবন্ধা আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে |

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply