ৰাঙলুত দুই কুখ্যাত ড্ৰাগছ ব্যৱসায়ীক আটক Credit: ইষ্ট ম'জ'

কামপুৰ: নগাঁও জিলাত ভয়াবহ ৰূপ লোৱা ড্ৰাগছ ব্যবসায়ে অঞ্চলটোত ভয়ংকৰ ৰূপ লৈছে | পুনৰ ড্ৰাগছ ব্যবসায়ৰ সৈতে জড়িত দুজনক আটক কৰিছে আৰক্ষীয়ে ।

গাঁওৰক্ষী বাহিনীৰ সহযোগত ৰাঙলু আৰক্ষীয়ে টুবুকী গ্ৰান্টৰ পৰা ড্ৰাগছ ব্যৱসায়ী দুজনক আটক কৰে। ধৃত যুৱকদ্বয় টুবুকী গ্ৰান্টৰ তৰিফুল ইছলাম আৰু ইক্ৰামুল হুছেইন ।

দুদিন পূৰ্বেও তিনিজন ড্ৰাগছ ব্যৱসায়ীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছিল ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply