নিউজ ডেক্স:- ড্ৰাগছ ব্যবসায় কৰি ধৰা পৰা পিছত আকৌ জেলৰ পৰা ওলোৱা এগৰাকী মণিপুৰী মহিলা যি আকৌ ড্ৰাগছ ব্যবসায়ত লিপ্ত হৈ ধৰা পৰে |

কিছুদিনৰ পূৰ্বে ক্ৰাইম ব্ৰান্সে এই গৰাকী মহিলা ড্ৰাগছ ব্যবসায়ী সংগীতা ৰাণীক বৃহৎ পৰিমানৰ ড্ৰাগছ আৰু লক্ষ্য লক্ষ্য টকা সহ গ্ৰেপ্তাৰ কৰিছিল |

এই গৰাকী ড্ৰাগছ ব্যৱসায়ী মহিলাক এতিয়া এবছৰৰ বাবে জেললৈ প্ৰেৰণ কৰিছে | নাৰ্কটিক ড্ৰাগছ এণ্ড প্ৰিকট্ৰপিক ছাবটেন্সেছ এক্ট, ১৯৮৮ৰ ছেকশ্যন ৯(এফ)ৰ অধীনত কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে মহিলা গৰাকীক ।

ৰাজ্যপাল জগদীশ মুখীয়ে জাৰি কৰা নিৰ্দেশনা অনুসৰি তিনিবাৰকৈ ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত অথবা এই কাৰ্যৰ সৈতে জড়িত থকাৰ অপৰাধত আটক হ’লে জামিন লাভ নকৰে অভিযুক্ত অথবা অপৰাধীয়ে। সেয়েহে এবছৰৰ বাবে কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে সংগীতা ৰাণী।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply