তামুলপুৰত প্ৰতিবাদ

তামুলপুৰ– তামুলপুৰত গয়বাৰী ব্লক বিপিএফৰ কৰ্মীৰ প্ৰতিবাদ। সাংসদ বিশ্বজিৎ দৈমাৰী আৰু বিধায়ক ইমানুৱেল মুছাহাৰীৰ প্ৰতিকৃতি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্য়স্ত।

তামুলপুৰত প্ৰতিবাদ

দুয়োগৰাকী নেতাই দলটোক দমন কৰি থকাৰ অভিযোগ উত্থাপন কৰি বিপিএফ দলক প্ৰতাৰণাৰ অভিযোগ বিপিএফ কৰ্মীৰ ৷ লগতে দুই নেতাক হিমন্ত বিশ্ব শৰ্মাৰ দালাল বুলিও অভিহিত কৰে বিপিএফ কৰ্মীসকলে।

তামুলপুৰত প্ৰতিবাদ

ভৱিষ্য়তে দুই নেতাক বিটিচিত প্ৰৱেশ নকৰিবলৈ সকীয়নী গয়বাৰী ব্লক বিপিএফ কৰ্মীৰ। আজি তামুলপুৰৰ ৰাজপথত বিশ্বজিৎ দৈমাৰী,ইমানুৱেল মুছাহাৰী মুৰ্দাবাদ,বিজেপি মুৰ্দাবাদ, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ ধ্বনিৰে প্ৰতিবাদকাৰী সকলে প্ৰতিবাদ সাব্য়স্ত কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply