তৃণমূলৰ ৰাজ্যসভাৰ সাংসদ দীনেশ দ্বীবেদীৰ পদত্যাগ Credit: ৰাজ্যসভা

নিউজ ডেস্ক: ৰাজ্যসভাৰ তৃণমূল কংগ্ৰেছ দলৰ সদস্য তথা প্ৰাক্তণ ৰেল মন্ত্ৰী দীনেশ দ্বীবেদীয়ে আকস্মিক ভাবে পদত্যাগ কৰিলে ৰাজ্যসভাৰ পৰা | বাজেট বিতৰ্কত অংশ জ্যেষ্ঠ নেতা জনে পদত্যাগৰ কাৰন বৰ্তমান সময়ৰ ৰাজনীতিত তেওৰ উশাহ নিশাহ বন্ধ হোৱাৰ “feeling suffocated.” উপক্ৰম হৈছে বুলি উল্লেখ কৰিছে |

দ্বীবেদিয়ে কয়, বৰ্তমান পৰিস্থিতিত তেও এনে সিদ্ধান্ত ল’বলৈ বাধ্য হৈছে | শেহতীয়াকৈ পশ্চিমবংগৰ নিৰ্বাচনৰ নামত যি দৰে হিংসাত্মক ঘটনা সংঘটিত হ’বলৈ লৈছে তাৰ পৰা দেশখনকেই অস্থিৰ কৰি তুলিছে বুলি মন্তব্য কৰে তৃণমূলৰ সাংসদ জনে | ৰাজনীতি কৰিবলৈ আহিছিলো দেশ সেৱাৰ বাবে এতিয়া সেই সেই পৰিবেশ নাই বুলি কয় তৃণমূলৰ সাংসদ জনে |

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,033 other subscribers

Leave a comment

Leave a Reply