গুৱাহাটী: নতুন দিল্লীৰ গণৰাজ্য দিৱসৰ পেৰেডত এইবাৰ জিলিকি উঠিল অসমৰ চাহ |৭২ সংখ্যক গণৰাজ্য দিৱসৰ দিল্লীত পেৰেডত ৰাজ্যখনৰ অৰ্থনৈতিক ক্ষেত্ৰখনক প্ৰতীক পটত তুলি ধৰাৰ লগতে জাতীয় অৰ্থনীতিত বিশেষ অৱদান আগবঢ়োৱা এটা জনগোষ্ঠীয়েও দিল্লীৰ গণৰাজ্য দিৱসৰ পেৰেডত অসমক প্ৰতিনিধিত্ব কৰে।

গুৱাহাটী: নতুন দিল্লীৰ গণৰাজ্য দিৱসৰ পেৰেডত এইবাৰ জিলিকি উঠিল অসমৰ চাহ | ৭২ সংখ্যক গণৰাজ্য দিৱসৰ দিল্লীত পেৰেডত ৰাজ্যখনৰ অৰ্থনৈতিক ক্ষেত্ৰখনক প্ৰতীক পটত তুলি ধৰাৰ লগতে জাতীয় অৰ্থনীতিত বিশেষ অৱদান আগবঢ়োৱা এটা জনগোষ্ঠীয়েও দিল্লীৰ গণৰাজ্য দিৱসৰ পেৰেডত অসমক প্ৰতিনিধিত্ব কৰে।

অসমৰ প্ৰতীক পটত উজলি উঠে চাহ জনগোষ্ঠীৰ সংস্কৃতি। চাহ জনজাতিৰ ঝুমুৰ নৃত্য, অসমৰ গঁড় আৰু চাহ বাগানৰ মাজত চাহপাত তুলি থকা চাহ শ্ৰমিকক তুলি ধৰা হৈছিল প্ৰতীক পটত। দেশৰ ৭২ সংখ্যক গণৰাজ্য দিৱসত এইবাৰৰ অসমৰ প্ৰতীক পট আছিল অনন্য।