ৰাঙলুত পথ দুৰ্ঘটনাত নিহত এজন

নগাওঁ- নগাঁৱৰ ৰাঙলুত পথ দুৰ্ঘটনা। বাইক আৰু ট্ৰাকৰ সংঘৰ্ষত নিহত এজন। নিহত লোকজন কঠীয়াতলীৰ কাজল ঘোষ। ৰাঙলু বজাৰৰ সমীপতে সংঘটিত হয় এই পথ দূৰ্ঘটনা। কঠীয়াতলী চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যু হয় লোকজনৰ।

আনহাতে দুৰ্ঘটনাত গুৰুত্বৰভাৱে আহত হয় এজন। বাইক আৰোহীজন কঠিয়াতলী অভিমুখে আহি থাকো পিছফালৰ পৰা খুন্দা মাৰে ট্ৰাকখনে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply