গুৱাহাটী – গুৱাহাটীৰ নুনমাটিত পুনৰ চাঞ্চল্যকৰ হত্যাকাণ্ড। নিউ গুৱাহাটীৰ এনজিচি পিট লাইনৰ সমীপৰ জংঘলত উদ্ধাৰ হৈছে এটা মৃতদেহ। মৃতদেহটো ৰে’ল বিভাগৰ কৰ্মচাৰীৰ অভিজিৎ আনন্দৰ বুলি চিনাক্ত কৰিছে স্থানীয় লোকে।

উল্লেখ্য যে মৃতদেহটো জংঘলেৰে ঢাকি থোৱা অৱস্থাত আছিল। মৃত ৰে’লচালকজনৰ ঘৰ নুনমাটিৰ শংকৰ নগৰত।

ইফালে মৃতদেহ উদ্ধাৰক লৈ সমগ্ৰ অঞ্চলটোত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply