প্ৰতিনিধিত্বমূলক ছবি

গুৱাহাটী – অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ নতুন নির্দেশনা অনুসৰি দুর্গা পূজাৰ সময়ত ৰেষ্টুৰেণ্ট সমূহ নিশা ৯বজাৰ পৰিৱর্তে ১০.৩০ বজালৈকে খোলা ৰাখিব পাৰিব ৷

কালি স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগে জাৰি কৰিছে এই নিৰ্দেশনা। পূৰ্বে ১২ অক্টোবৰত জাৰি কৰা নিৰ্দেশনা অনুসৰি নিশা ৯ বজালৈকে ৰেষ্টুৰেণ্ট খোলা ৰখাৰ অনুমতি প্ৰদান কৰা হৈছিল যদিও শেহতীয়াকৈ সেয়া সংশোধন কৰি নিশা ১০.৩০।

অৱশ্যে অন্য নিৰ্দেশনাসমূহ কোনো সাল সলনি হোৱা নাই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply