বজালীত ছাত্ৰ সন্থাৰ প্ৰতিবাদ Credit: ইষ্ট ম'জ'

বজালী– শুকুৰবাৰে ৰাজ্য়ৰ বিভিন্ন প্ৰান্তৰ লগতে বজালীতো ছাত্ৰ সন্থাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে । অত্যাৱশ্যকীয় সামগ্ৰী তথা পেট্ৰ’ল ,ডিজেলৰ আদি ইন্ধন জাতীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে শুকুৰবাৰে ভট্টদেৱ বিশ্ববিদ্যালয়ৰ সন্মুখত পাঠশালা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগ প্ৰতিবাদ ৷

”বজাৰত লাগিছে জুই ফণীভূষণ আছে শুই, বিজেপি চৰকাৰ হায় হায়,অসম চৰকাৰ হায় হায়,সৰ্বানন্দ সণোৱাল হায় হায়” আদি বিভিন্ন ধৰণৰ চৰকাৰ বিৰোধী শ্লোগানেৰে ৰাজপথ উত্তাল কৰি তোলে আছু্ৰ সদস্যই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply