বজালী– বজালীৰ কাহাৰপাৰাত পথ দুৰ্ঘটনা। বাইক আৰু স্কুটিৰ মুখামুখি সংঘৰ্ষ।দুৰ্ঘটনাত আহত চাৰিজন। আহতসকল ক্ৰমে ধৰ্মেন্দ্ৰ কলিতা, দেৱ কলিতা,দিপু খাটনিয়াৰ আৰু অৰূপ দাস। আহতসকলক পাঠশালা মদন ৰাউতা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। সংকট জনক অবস্থাত ৩ জনক GMCH লৈ প্ৰেৰণ কৰা হৈছে।
বজালীৰ কাহাৰপাৰাত পথ দুৰ্ঘটনা
বাইক আৰু স্কুটিৰ মুখামুখি সংঘৰ্ষ
