কাহাৰপাৰাত পথ দুৰ্ঘটনা Credit: ইষ্ট ম'জ'

বজালী– বজালীৰ কাহাৰপাৰাত পথ দুৰ্ঘটনা। বাইক আৰু স্কুটিৰ মুখামুখি সংঘৰ্ষ।দুৰ্ঘটনাত আহত চাৰিজন। আহতসকল ক্ৰমে ধৰ্মেন্দ্ৰ কলিতা, দেৱ কলিতা,দিপু খাটনিয়াৰ আৰু অৰূপ দাস। আহতসকলক পাঠশালা মদন ৰাউতা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। সংকট জনক অবস্থাত ৩ জনক GMCH লৈ প্ৰেৰণ কৰা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,730 other subscribers

Leave a comment

Leave a Reply Cancel reply