বাক্সাত উদ্ধাৰ মাৰানাস্ত্ৰ

বাক্সা– বাক্সাত মাৰানাস্ত্ৰ উদ্ধাৰ। বাক্সাৰ বৰবৰী আৰক্ষী থানাৰ অন্তৰ্গত বি টি চি বাগানপাৰা পৰিষদীয় সমষ্টিৰ মৈঠাবাৰীত মাটিৰ তলৰ পৰা উদ্বাৰ কৰা হয় এটা এ কে ৪৭ সহ ৪১ জাই সজীৱ গুলী , এটা মেগজিন ৷

বাক্সাৰ উপ আৰক্ষী অধীক্ষক প্ৰণৱ জ্যোতি কলিতাৰ নেতৃত্বত আৰক্ষীৰ দলে চলাইছিল অভিযান ৷ পিছে উদ্বাৰ হোৱা মাৰানাস্ত্ৰখিনি কোন সংগঠনৰ সেই সন্দৰ্ভত আৰক্ষীৰ দলে অভিযান চলাই আছে।

বি টি চি নিৰ্বাচনৰ প্ৰাকমূহুৰ্ত্তত মাৰানাস্ত্ৰ উদ্ধাৰৰ এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply