এ ডি আৰ ৰিপৰ্ট Credit: বিধায়কৰ সম্পত্তি বৃদ্ধিৰ শীৰ্ষত মন্ত্ৰী চন্দন ব্ৰহ্ম

নিউজ ডেস্ক: এ ডি আৰ ৰ শেহতীয়া ৰিৰ্পট মতে ২০১১ চনৰ পৰা ২০১৬ চনৰ ভিতৰত ৰাজ্যৰ সৰ্বাধিক সম্পত্তিৰ পৰিমান বৃদ্ধি হোৱা বিধায়কৰ ভিতৰত শীৰ্ষ স্থান লাভ কৰিছে চন্দ ব্ৰহ্মই | এই সময়চোৱাত ব্ৰহ্মৰ সম্পত্তিৰ পৰিমান বাঢ়িল ৬,৯৭,৫৪,৪৯৪ কোটি | দ্বিতীয় স্থানত আছে হোজাইৰ এ আই ইউ ডি এফৰ বিধায়ক আব্দুল ৰহিম আজমল | তেওৰ সম্পত্তিৰ পৰিমান বাঢ়িল ৬,২৬,৬১,০০৩ কোটি |

তৃতীয় স্থানত থকা কংগ্ৰেছৰ লাহৰীঘাটৰ বিধায়ক ডা:নজৰুল ইছলামৰ বৃদ্ধি পালে ৩ কোটিতকৈ অধিক |চতুৰ্থস্থানত আছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা | এই সময়চোৱাত শৰ্মাৰ বাঢ়িল ৩,৩২,০১,৯৮৭ কোটি | পঞ্চম স্থানত আছে দুবাৰৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত | বঢ়হমপুৰৰ বিধায়ক গৰাকীৰ সম্পত্তিৰ পৰিমান বাঢ়িল ৩,০৫,৫৫,৪৫৫ কোটি |

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply