বিশ্বনাথত আটছাৰ প্ৰতিবাদী কাৰ্যসূচী Credit: ইষ্ট ম'জ

বিশ্বনাথ: অসম চাহ জনজাতি ছাত্ৰ সন্থাই দীৰ্ঘ দিনৰ কৰি অহা বিভিন্ন সমস্যা সমাধানৰ দাবীৰ বিশ্বনাথ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে ।আটছাৰ বিশ্বনাথ জিলা সমিতিৰ বিশ্বনাথ , নদুৱাৰ, বিহালী আৰু গহপুৰ শাখা সমিতিৰ সহযোগত বিভিন্ন দাবীত তিনি ঘণ্ঢীয়া ধৰ্ণা কাৰ্যসূচী।

চাহ শ্ৰমিকৰ মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰা, চাহ জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা,চাহ জনগোষ্ঠীক ভূমি পট্টা প্ৰদান কৰা আদিৰ দাবীত এই ধৰ্ণা কাৰ্যসূচী।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply