গুৱাহাটী– বিশ্ব এইডছ দিৱস উপলক্ষে আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত এখনি মুকলি সভাৰ আয়োজন কৰা হয়। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগৰ ৰাজ্যিক মন্ত্ৰী পিয়ুষ হাজৰিকা ।

ভাষণত মন্ত্ৰী পিয়ুষ হাজৰিকাই কয় ‘ এইডছৰ যেনেকৈ কোনো প্ৰতিষেধক নাই ঠিক তেনেদৰে কোভিড ১৯ ৰ এতিয়ালৈ কোনো প্ৰতিষেধক নাই ।এইবোৰ ক্ষেত্ৰত অধিক সাৱধান হব লাগিব। HIV+ ব্যক্তি সকলক সহাৰি দিব লাগে।’

বিশ্ব এইডছ দিৱস

বিশ্ব এইডছ দিৱসৰ উপলক্ষে পুৱা সজাগতা সজাগতা সমদলো উলিওৱা হয়। লগতে এইডছ দিৱসৰ লগত সংগতি ৰাখি এটা ৰক্তদান শিবিৰৰো আয়োজন কৰা হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,881 other subscribers

Leave a comment

Leave a Reply