– ৰাজ্যৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহত ৰাজ্যৰ শিক্ষা বিভাগৰ মাচুল নিৰ্ধাৰণ ।

– প্ৰাক প্ৰাথমিক আৰু প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণী পর্যন্ত বছৰি মাচুল ২৭,০০০ টকা ।

– ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ বছৰি মাচুল ৩২,০০০ টকা ।

– একাদশ আৰু দ্বাদশ শ্ৰেণীৰ

– বিজ্ঞান শাখাৰ মাচুল ৩৭,০০০ টকা ।

– কলা শাখাৰ মাচুল ৩২,০০০ টকা ।

– বাণিজ্য শাখাৰ মাচুল ৩৩,০০০ টকা ।

– অন্য শাখাৰ মাচুল ৩৫,০০০ টকা ।

– শিক্ষা বিভাগে নিৰ্ধাৰণ কৰি দিয়া হাৰতহে ছাত্ৰ-ছাত্ৰীৰ পৰা মাচুল আদায় কৰিব পাৰিব ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply