গুৱাহাটী– মহানগৰীৰ এবিচিত জিলা পৰিবহণ বিভাগে এক সজাগতা মূলক অনুষ্ঠান আয়োজন কৰে। বাহন চলোৱা সময়ত ল’ব লগা সাৱধানতা সমূহক “পঞ্চসূত্ৰ” নামাকৰণ কৰি ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰে পৰিবহণ বিভাগে।

‘তীব্ৰ গতি পৰিহাৰ কৰক দুৰ্ঘটনা এৰাই চলক ‘ , ‘সুৰাপান কৰি গাড়ী বাইক নচলাব’, ‘গাড়ী চলাই থাকোতে মোবাইল ব্যৱহাৰ নকৰিব’, ‘গাড়ী চলাওঁতে সদায় ছিট বেল্ট ব্যৱহাৰ কৰক আৰু সুৰক্ষিত থাকক’, ‘দুচকীয়া বাহন চলাওঁতে সদায় হেলমেট পৰিধান কৰক’ এইদৰে লিখি জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি কৰাৰ চেষ্টা কৰে।

মহানগৰীৰ এবিচিত জিলা পৰিবহণ বিভাগৰ সজাগতা মূলক অনুষ্ঠান

“যান বাহন কৰ পৰিশোধ কৰক ,পৰিবহণ ব্যৱস্থা সুচল কৰক”যান বাহন কৰ পৰিশোধ কৰি ৰাজ্যেৰ অৰ্থনৈতিক ভেটি সবল কৰি তোলাৰ বাবে অংশীদাৰ হবলৈ কয়।”

তাৰোপৰি যিসকল লোকে গাড়ীৰ কৰ প্ৰদান কৰা নাই তেনে গাড়ীৰ গৰাকীক ৩১মাৰ্চৰ ভিতৰত গাড়ীৰ কৰ সমূহ প্ৰদান কৰিবলৈ আহ্বান জনাইছে।

অনুষ্ঠান টোত অংশগ্ৰহণ কৰে জিলা পৰিবহণ বিষয়া গৌতম দাসে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply