মাজুলী– মাজুলীত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডত জাহ যায় ৬খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানত সংঘটিত হয় অগ্নিকাণ্ড। এখন ফাৰ্মাচী, হোটেল আৰু এখন বৈদ্যুতিক দোকান সম্পূৰ্ণ ৰূপে জুইত জাহ যায়। ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত হোৱাৰ পূৰ্বেই জাহ যায় ব্যৱসায়িক প্ৰতিষ্ঠানকেইখন।

বৃহস্পতিবাৰে পুৱাই সংঘটিত হয় এই ঘটনা। পিছে এই অগ্নিকাণ্ড কেনেকৈ সংঘটিত হ’ল বৰ্তমানলৈকে জানিব পৰা হোৱা নাই।