মাদক দ্ৰব্যৰ বিৰুদ্ধে ডবকাত সজাগতা ৰেলী Credit: ইষ্ট ম'জ'

ডবকা: মাদক দ্ৰব্য ব্যবহাৰে ভয়ংকৰ ৰূপ লোৱা হোজাই জিলাৰ ডবকা গাছতলাত বৃহস্পতিবাৰে মাদক দ্ৰব্য সেৱনৰ বিৰুদ্ধে সজাগতা ৰেলী উলিওৱা হয় ।

অসম ৰাজ্যীক গ্ৰামীণ জীৱিকা অভিযান হোজাই জিলাৰ অন্তৰ্গত বিন্নাকান্দী ব্লকৰ উদ্দ্যোগত আত্মসহায়ক গোটৰ সদস্য সকলে বাটৰ নাট কৰে | ইয়াৰ লগতে মাদক দ্ৰব্য সেৱনৰ বিৰুদ্ধে মহিলা সকলে হাতত প্লে- কাৰ্ড লৈ নানান শ্লো’গান দি এক ৰেলী উলিয়াই।উক্ত সজাগতা ৰেলীত উপস্থিত থাকে সান্তনো গগৈ (DPM),দ্বীপমনি বৰা (BPM),সিন্ধু, ছিমা বেগম আৰু ডবকা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অক্ষয় কুমাৰ সিং আৰু অচ্যুত কৃষ্ণ ফুকন ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply