যোৰহাট উকিল সন্থা নৱনিৰ্মিত ভৱন আৰু পদসেতু আধাৰশিলা স্থাপন Credit: আহত টাটা ম'বাইল মিনি ট্ৰাকখনৰ চালক-হেণ্ডিমেন

নিউজ ডেস্ক-আলফা স্বাধীনৰ সদস্য ৰূপক অসমৰ মৃত্যুৰ বাতৰিক অস্বীকাৰ আলফা সেনাধ্যক্ষ পৰেশ বৰুৱাৰ ।’

‘মোৰ ভতিজা মুন্না বৰুৱাৰ ওৰফে ৰূপক অসমৰ মৃত্যু হোৱা নাই ,নিখোজহে হৈ আছে।’

সংবাদমাধ্যমৰ স’তে হোৱা এক টেলিফোনিক বার্তালাপত এই কথা উল্লেখ কৰে আলফা স্বাধীনৰ সেনাধ্যক্ষ গৰাকীয়ে।

লগতে তেওঁ কয় , ‘২৯ অক্টোবৰৰ পৰা ম্যানমাৰৰ গভীৰ অৰণ্যত নিখোজ আছে মুন্না অসম ।তেওঁ তীব্ৰ মানসিক চাপটো ভুগি আছিল ।আমি সাত দিন ধৰি তেওঁক বিচাৰি আছো।’

উল্লেখ্য যে ,মুন্না অসমৰ ঘৰ ডিব্ৰুগড়ৰ জেৰাই গাঁৱত।তেওঁৰ পিতৃ বিমল বৰুৱা পৰেশ বৰুৱাৰ জ্যেষ্ঠ ভাতৃ ।

মুন্না ডিগবৈ ৰিফাইনেৰিৰ এজন অভিযন্ত্ৰা আছিল ।

২০১৮ চনত আলফাৰ যোগদান কৰিছিল মুন্না অসম ওৰফে ৰূপক অসমে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply